সপোন আৰু বকুল


পদুলিৰ বকুলজোপাৰ তললৈ গৈ
কালি দেখা সপোনটোৰ কথা ক'লো |

সকৰুণ সুৰ এটাৰে
সৰাপাত এখিলা মোৰ হাতত সৰিল |

এনেকৈয়ে সপোনবোৰৰ কথা মই বকুলজোপাক কওঁ,
বকুলজোপাই একো নকলেও
কিবা এটা কয় |




Published in FULONI,a poetry magazine Edited by Saurav kr. Baruah

https://encrypted-tbn2.gstatic.com/images?q=tbn:ANd9GcQKYsp9Wj2EVorPUwQ7RTVSrI7SSGHJLzVQLka5FMTTg5x5BIhQsg



No comments:

Post a Comment